গহপুৰত প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

গহপুৰত প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ চাৰিওদিশে পানীৰ মাজতেই এটা দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হৈছে। গহপুৰৰ ১ নং দ'লা দলনিৰ মাতিয়া ভূঞাৰ ম'হখুটিৰ পৰা উদ্ধাৰ কৰে এটা কাছ ।

প্ৰায় ২০ কেজি ওজনৰ হ'ব দুষ্প্ৰাপ্য কাছটি । বৰ্তমানে কাছটো গহপুৰৰ বৰপুখুৰীত সংৰক্ষণৰ বাবে এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

গহপুৰত প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...
কলিয়াবৰৰ কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in