আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা

আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা
Published on
Updated on
  • শোণিতপুৰৰ খনামুখত অবৈধ অৰুনাচলী সুৰা জব্দ ৷

  • আবকাৰীৰ অভিযানত জব্দ অৰুণাচলী সুৰাখিনি ৷

  • এইবাৰ সুৰা সৰবৰাহত নামিল মহিলা ৷

  • AS - 12- AE - 5453 নম্বৰৰ বিলাসী নেক্সন গাড়ীত ভালুকপুঙৰ পৰা আনি আছিল সুৰাখিনি ৷

  • আবকাৰী বিভাগে এক গোপন সুত্ৰৰ পম খেদি নিশা খনামুখত জব্দ কৰে সুৰাখিনি ৷

  • সুৰা সৰবৰাহ কৰা খামপুং হি'ফ নামৰ এগৰাকী মহিলাক আটক কৰিছে আবকাৰী বিভাগে ৷

  • জব্দকৃত সুৰাখিনিৰ মূল্য ৩ লাখ ১৫ হাজাৰ টকা হ'ব বুলি আবকাৰী সূত্ৰত প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in