/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6b65cda5-f9c5-4ef0-ac05-7c9602fbfb5b/2.jpg)
জামুগুৰিহাটত ডেৰ কেজি গাঞ্জাসহ আটক এজনক।
আটক কৰা যুৱক জনৰ নাম আহাৰ আলী।
জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ ভৰলী চাপৰিৰ পৰা আটক কৰে গাঞ্জা সৰবৰাহকাৰীজনক।
জামুগুৰি আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী আহাৰ আলীৰ বিৰূদ্ধে গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷
Also Read: 'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ