বালিপৰাৰ গুদামঘাটত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

বালিপৰাৰ গুদামঘাটত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক
Published on
Updated on
  • বালিপৰাৰ গুদামঘাটত ড্ৰাগছসহ এজনক আটক।

  • চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।

  • অভিযানত ৪৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ ৭ টা খালি কন্টেইনাৰ আৰু চাবোনৰ কেচ জব্দ।

  • গুদামঘাটৰ আবু আলি ওৰফে হজত আলি নামৰ ব্যক্তিজনৰ পৰা ড্ৰাগছখিনি জব্দ কৰে।

  • ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

  • ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in