শোণিতপুৰত অক্ষৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ...

শোণিতপুৰত অক্ষৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ...
Published on
Updated on

ডিজিটেল সংবাদ, শোণিতপুৰঃ মঙলবাৰে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী মাজৰৌমাৰি হাইস্কুলত অক্সৰ ফাউণ্ডেশ্বনৰ উদ্যোগত আৰু সহযোগত ৩ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰ অনুস্থিত হৈছিল। উক্ত কৰ্মশালাখনিৰ মঙলবাৰে সফল সামৰণি পৰে।

সামৰণি অনুষ্ঠানত স্কুলখনৰ ষ্ষ্ঠ শ্ৰেণীৰ প্ৰায় ৪০জন মান ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গ্ৰীষ্মকালীন শিবিৰত ছাত্ৰ-ছাত্ৰীসকলক বাঁহৰ সামগ্ৰী প্ৰস্তুতৰ লগতে বৰগীত জেং বিহু, এন চি চি, আৰ্ট এণ্ড ক্ৰাফ্ট ৰ প্ৰশিক্ষণ দিয়া হয়

অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ লগতে কেইবাজনো স্থানীয় সমল ব্যক্তি উপস্থিত থাকে। সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰা বিষয়সমূহ উপস্থাপন কৰে।

শোণিতপুৰত অক্ষৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ...
কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনা : চাৰি লক্ষাধিক টকা লুট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in