জামুগুৰিহাটত উজ্বলা আচঁনিৰ অধীনত ৰন্ধন গেছ বিতৰণ

জামুগুৰিহাটত উজ্বলা আচঁনিৰ অধীনত ৰন্ধন গেছ বিতৰণ
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰ নাগশংকৰ গাঁওপঞ্চায়ত এলেকাৰ গুটিবাৰীত বুধবাৰে প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত অৰ্দ্ধশতাধিক মহিলাক বিনামূলীয়া গেছ চিলিণ্ডাৰ অনুষ্ঠানিক ভাৱে বিতৰণৰ কৰা হয়।

উল্লেখ্য যে, উজ্বলা আঁচনিৰ অধীনৰ এই ৰন্ধন গেছ বিতৰণ কৰে লেখক সাহিত্যিক তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই৷

ইয়াৰোপৰি এই কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে শক্তি কেন্দ্ৰৰ আহবায়ক হেমন্ত শৰ্মা ,গাঁওপঞ্চায়ত সদস্য ধনবীৰ বসুমতাৰী আৰু সমাজকৰ্মী ঝমক চুব্বাকে ধৰি বিশিষ্ট ব্যক্তি সকলে৷

জামুগুৰিহাটত উজ্বলা আচঁনিৰ অধীনত ৰন্ধন গেছ বিতৰণ
নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in