আৰ জি কৰ হাস্পতাল কাণ্ড :জামুগুৰিহাটত প্ৰতিবাদী সমদল

আৰ জি কৰ হাস্পতাল কাণ্ড :জামুগুৰিহাটত প্ৰতিবাদী সমদল
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ব্যৱসায় কেন্দ্ৰত দেওবাৰে বিয়লি চিকিৎসকৰ ধৰ্ষণ আৰু জঘন্য হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱা হয় ৷ কলিকতা মেডিকেল কলেজত সংঘটিত চিকিৎসক মৌমিতা দেৱনাথৰ জঘন্য কাণ্ডৰ ন্যায় বিচাৰি সমদল উলিয়াই নদুৱাৰ মণ্ডল বিজেপি মহিলা মৰ্চাৰ সদস্যাসকলে ৷

প্ৰতিবাদকাৰীসকলে হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাই হাতে- হাতে বেনাৰ প্লে' কাৰ্ড লৈ প্ৰতিবাদী মৌন সমদল যাত্ৰা কৰি অঞ্চলটো পৰিভ্ৰমণ কৰে ৷ কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে নাৰী নিৰ্য্যাতন ,ধৰ্ষণ আৰু জঘন্য হত্যাকাণ্ডৰ বলি হোৱা মহিলা চিকিৎসকগৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ হকেও প্ৰাৰ্থনাও জনায় ৷

আৰ জি কৰ হাস্পতাল কাণ্ড :জামুগুৰিহাটত প্ৰতিবাদী সমদল
উজনি মণ্ডলত নাজিৰা জিলা দল চেম্পিয়ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in