পাতলৰচুকৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

পাতলৰচুকৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
Published on
Updated on
  • জামুগুৰিহাটৰ পাতলৰচুকৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা ৷

  • পথাৰলৈ জলপান লৈ ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

  • গুৰুতৰভাৱে আহত মহিলাগৰাকী পাতলৰচুক গাঁৱৰ ৰুবু (মইনা) বৰা ৷

  • আহত মহিলাগৰাকীক ১০৮ সেৱাৰ জৰিয়তে ততাতৈয়াকৈ উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পাতলৰচুকৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
বিৰাট, গীল, পণ্ট-শ্ৰেয়াছ ব্যৰ্থ : শ্ৰীলংকাৰ বিৰুদ্ধে নিৰ্ণায়ক মেচত পৰাস্ত টীম ইণ্ডিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in