চতিয়াত ৩বাইক চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

চতিয়াত ৩বাইক চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
Published on
Updated on
  • চতিয়াত তিনি বাইক চোৰক গ্ৰেপ্তাৰ কৰিছে চতিয়া আৰক্ষীয়ে।

  • গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰা হয় বাইক চোৰকেইজনক।

  • তিনি চোৰ ক্ৰমে চতিয়া ঘাঁহি গাঁৱৰ মুন আলি, চৰাইজনী গাঁৱৰ লক্ষ্যজ্যোতি বৈষ্ণৱ আৰু ফৈজুল খান ৷

  • বাইক চুৰি কৰাৰ কথা আৰক্ষীৰ সন্মুখত ইতিমধ্যেই স্বীকাৰ কৰিছে চোৰকেইজনে৷

  • সম্প্ৰতি তিনিওটা চোৰক জে'ল হাজোতলৈ প্ৰেৰণ৷

চতিয়াত ৩বাইক চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
পাকিস্তানত বোমা বিস্ফোৰণঃ ৩৯ নিহতৰ বিপৰীতে আহত ২০০ৰো অধিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in