-
বিশ্বনাথৰ ননকে জাপৰিগুৰিত উদ্ধাৰ মহিলাৰ এটা মৃতদেহ।
-
বুৰিগাং নলাত অন্য স্থানৰ পৰা ওপঙি আহি আছিল মৃতদেহটো।
-
পুৱা এজন মাছমৰীয়াই নলাত জাল উঠাব গৈ প্ৰত্যক্ষ কৰে মৃতদেহটো।
-
মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে বিশ্বনাথ আৰক্ষীক ।
-
চুৰিদাৰ পৰিহিত মহিলাৰ মৃতদেহটো বৰ্তমানলৈকে হোৱা নাই চিনাক্ত।
Also Read: ১৮ লাখ টকীয়া নলা নিৰ্মাণৰ কামৰ নমুনা দেখি কৃষকৰ চকু কপালত উঠিছে...