ডিজিটেল শিক্ষা প্ৰসাৰৰ বাবে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ বিশেষ পদক্ষেপ...

ডিজিটেল শিক্ষা প্ৰসাৰৰ বাবে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ বিশেষ পদক্ষেপ...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ভাস্কৰ নগৰত অৱস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰে দ্য উই ফাউণ্ডেশ্যন নামৰ অনুষ্ঠানটিৰ সৈতে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দৈনন্দিন জীৱনৰ স্বাস্থ্যৰক্ষা সম্বন্ধীয় আৰু ডিজিটেল শিক্ষা প্ৰসাৰৰ বাবে এটা শৈক্ষিক বুজাপৰাৰ উপনীত হৈছে।

সেই অনুসৰি এই অনুষ্ঠানটোৱে বিদ্যালয়খনৰ শিক্ষয়ত্ৰী আৰু উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰী- ৰজঃস্বলা কিশোৰীয়ে পালন কৰিবলগীয়া স্বাস্থ্য ধন' নামৰ এটা প্ৰজেক্টৰো মুকলি কৰে। এই ব্যৱস্থাই দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক 'ডিজিটেল শিক্ষা' সম্বন্ধে স্বাক্ষৰতা প্ৰদান কৰিব। বিদ্যালয় কৰ্তৃপক্ষই ফাউণ্ডেশ্যনটোৰ বাবে আছুটীয়া কোঠা আৰু ইন্টাৰনেট সেৱাৰ ব্যৱস্থা কৰি দিছে।

ডিজিটেল শিক্ষা প্ৰসাৰৰ বাবে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ বিশেষ পদক্ষেপ...
কন্দলীত ঐতিহাসিক বাদুলী খোৰোং মেলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in