দীপাৱলীৰ পূৰ্বে ভাল খবৰ: ২৮ অক্টোবৰতে দৰমহা পাব ৰাজ্যিক কৰ্মচাৰীয়ে

দীপাৱলীৰ পূৰ্বে ভাল খবৰ: ২৮ অক্টোবৰতে দৰমহা পাব ৰাজ্যিক কৰ্মচাৰীয়ে
Published on
Updated on

ডিজিটেল সংবাদ,গুৱহাটীঃ অসম চৰকাৰৰ চাকৰীয়াল সকলৰ বাবে ভাল খবৰ।পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে অসম চৰকাৰে চাকৰীয়া সকলক ২৮ অক্টোবৰতে মুকলি কৰি দিব দৰমহাৰ ধন। অসম বিত্ত বিভাগে আজি এক নিৰ্দেশনা যোগে এই ভাল খবৰ ঘোষণা কৰিছে ৷

ৰাজ্যৰ সকলো কোষাগাৰ বিষয়ালৈ ইতিমধ্যে এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। ৩১ অক্টোবৰত কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী হোৱা হেতুকে ৰাজ্যিক কৰ্মচাৰীক ২৮ অক্টোবৰত দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

দীপাৱলীৰ পূৰ্বে ভাল খবৰ: ২৮ অক্টোবৰতে দৰমহা পাব ৰাজ্যিক কৰ্মচাৰীয়ে
ধুবুৰীত যোগী সন্মিলনীৰ প্ৰতীক অনশন কাৰ্যসূচীৰে প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in