Published on:
Updated on:
- গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্তৰ আত্মহত্যা ।
- অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যাক লৈ চাঞ্চল্য ।
- চৰকাৰী আৱাসতে চিপ লৈ আত্মহত্যা জয়ন্ত দাসৰ ।
- ২০০২ বেটছৰ এচিএচ আছিল অতিৰিক্ত উপায়ুক্তগৰাকী ।
- দুমাহ পূৰ্বে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ত যোগদান ।
- শাৰীৰিক অসুস্থতাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ ।
- বিষয়াজনৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত বুলি জানিব পৰা গৈছে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in