পেঙেৰীত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ উৎখাট চুলাই ঘাটি

পেঙেৰীত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ উৎখাট চুলাই ঘাটি
Published on
Updated on

ডিজিটেল সংবাদ,ফিল’বাৰী: সোমবাৰে দুপৰীয়া পেঙেৰীত এটা বিশাল চুলাই ঘাটিত অভিযান চলাই আৰক্ষীয়ে ৷ পেঙেৰীৰ আৰক্ষী কামাণ্ডোৰ এটা দলে নতুন মাইথং গাঁৱৰ চুলাই সম্ৰাট হিচাপে খ্যাত বীৰ্খ তামাঙৰ বাসগৃহত অভিযান চলায়।

আৰক্ষীয়ে বীৰ্খ তামাঙৰ বাসগৃহত থকা চুলাই ঘাটিৰ পৰা প্ৰায় এক হাজাৰ লিটাৰ চুলাই জব্দ কৰে ৷ জব্দকৃত চুলাইৰ লগতে ঘাটিত ব্যৱহৃত নানা সা-সামগ্ৰীও আৰক্ষীয়ে নষ্ট কৰে ৷ অৱশ্যে আৰক্ষীৰ এই অভিযানৰ পূৰ্বে বীৰ্খ তামাঙৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে পলায়ন কৰে।

পেঙেৰীত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ উৎখাট চুলাই ঘাটি
সুনীল গগৈৰ বাসগৃহত DGP জি পি সিংঃ এছ আই টি গঠনৰ নিৰ্দেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in