-
দিল্লী কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
-
১ জানুৱাৰীৰ পৰা সমষ্টি পুনৰ্নিধাৰণৰ কাম আৰম্ভ
-
আনহাতে, মহকুমালৈ অৱনমিত ৪ খন জিলা
-
তামুলপুৰ পুনৰ সংলগ্ন হ'ব বাক্সা জিলাৰ সৈতে
-
বিশ্বনাথ জিলাক শোণিতপুৰৰ সৈতে একত্ৰিকৰণ
-
বৰপেটাৰ সৈতে চামিল কৰা হ'ল বজালীক
-
হোজাই জিলাও পুনৰ অন্তৰ্গত হ'ব নগাঁও জিলাত
আৰু পঢ়ক : বিজেপিক শিক্ষক আখ্যা ৰাহুল গান্ধীৰ