শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত মহিলা

ROAD ACCIDENT
ROAD ACCIDENT
Published on
Updated on
  • নাহৰকটীয়াৰ তিপামত পথ দুৰ্ঘটনা।

  • শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

  • শ্রমিক কঢ়িয়াই নিয়া এখন বলেৰ’ পিকআপ ভান দুৰ্ঘটনাত পতিত।

  • থিতাতে নিহত চানজা গোৱালা নামৰ এগৰাকী মহিলা শ্রমিক।

  • গুৰুতৰভাৱে আহত আন ১৪ গৰাকী শ্রমিক।

  • আহতসকলক চিকিৎ‍সালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in