New Update
- আজি গুৱাহাটীলৈ অনা হ'ব জুবিন গাৰ্গক।
- এয়াৰ এম্বুলেঞ্চ যোগে গুৱাহাটীলৈ অনা হ'ব জুবিনক।
- বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ আছে যদিও কিছু দুৰ্বল হৈ আছে।
- প্ৰয়োজনত দিল্লীলৈ নিয়া হ'ব জুবিনক।
- ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সকলো দিশ চোৱা চিতাৰ বাবে নিৰ্দেশ দিছে মন্ত্ৰী কেশৱ মহন্তক।