বৃদ্ধি পালে ডিজেলৰ মূল্য…

বৃদ্ধি পালে ডিজেলৰ মূল্য…

  • শনিবাৰে বৃদ্ধি পালে ডিজেলৰ মূল্য।
  • ক্ৰমাগতভাৱে তৃতীয় দিনত ভৰি দিলে ডিজেলৰ মূল্যবৃদ্ধিয়ে।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি হৈছে ২১ পইচাকৈ।
  • ৰাজধানী চহৰ দিল্লীত শনিবাৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৬৬.৮৫ টকা।
  • ইফালে স্থিৰাৱস্থাতে আছে পেট্ৰলৰ মূল্য।
  • দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৭৬ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in