বলিউডৰ ২ অভিনেতালৈ শ্ৰেষ্ঠ অভিনেতা বঁটা…

বলিউডৰ ২ অভিনেতালৈ শ্ৰেষ্ঠ অভিনেতা বঁটা…
  • মঙলবাৰে শ্ৰেষ্ঠ অভিনেতা বঁটা প্ৰদান।
  • বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানা আৰু বিকী কৌশলক প্ৰদান কৰা হয় এই বঁটা।
  • হিন্দী ছবি ক্ৰমে 'আন্ধাধূন' আৰু 'উৰী'ত তেওঁলোকে কৰা অভিনয়ৰ বাবে প্ৰদান কৰা হয় এই বঁটা।
  • উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে দুয়োগৰাকী অভিনেতাক প্ৰদান কৰে এই বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in