চানমাৰীত চাৰিচকীয়া বাহনত খুন্দিয়ালে বাইকে, গুৰুতৰভাৱে আহত যুৱতী…

চানমাৰীত চাৰিচকীয়া বাহনত খুন্দিয়ালে বাইকে, গুৰুতৰভাৱে আহত যুৱতী…
  • চানমাৰীত পথ দুৰ্ঘটনা।
  • এএছ০১-ডিএ-০৬১৩ নম্বৰৰ এখন চাৰিচকীয়া বাহনত খুন্দিয়ালে বাইকে।
  • বাইকখনত আছিল এগৰাকী যুৱতী আৰু এজন যুৱক।
  • গুৰুতৰভাৱে আহত হৈছে যুৱতীগৰাকী।
  • বাইকখনৰ নম্বৰ এএছ০১-বিকে-১৫৯১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in