৩ জানুৱাৰীত গুৱাহাটীত চি পি আই(এম)ৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী জনসমাৱেশ

৩ জানুৱাৰীত গুৱাহাটীত চি পি আই(এম)ৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী জনসমাৱেশ
  • নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ততালিকে বাতিল কৰাৰ দাবী।
  • চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত ৩ (তিনি) জানুৱাৰীত গুৱাহাটীত প্ৰতিবাদী সভা।
  • গুৱাহাটী ক্লাব ৰ'টাৰী পইণ্ট (লক্ষ্মীনাথ বেজবৰুৱা পার্ক)ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।
  • চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী প্ৰধান বক্তা হিচাপে উপস্থিত থাকিব।
  • ছাত্ৰ-যুৱ-মহিলা, শিক্ষাবিদ-বুদ্ধিজীৱীকে ধৰি স্বাধীন মতাৱলম্বী লোক আৰু দল-সংগঠন নিৰ্বিশেষে সকলোকে উপস্থিত থকাৰ আহ্বান চি পি আই (এম)ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in