ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত মাতৃৰ নামত বৃক্ষৰোপণ কাৰ্যসূচী...

ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত মাতৃৰ নামত বৃক্ষৰোপণ কাৰ্যসূচী...
ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত মাতৃৰ নামত বৃক্ষৰোপণ কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ ৰঙিয়াঃ বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস হ'ব (Wold Nature Conservation Day) ৰ লগত সংগতি ৰাখি ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ইক' ক্লাব ফৰ মিচন লাইফৰ উদ্যোগত বিদ্যালয় প্ৰাংগণত আজি "এক পে'ৰ মা কে' নাম" কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে নিজ নিজ মাতৃৰ উপস্থিতিত মাতৃৰ নামত একোজোপাকৈ বৃক্ষৰোপণ কৰি মাতৃসকলৰ ত্যাগক স্বীকৃতি প্ৰদান কৰা দেখা যায় । অহা ৩১ আগষ্টৰ পূৰ্বে সৰ্বমুঠ ১০০ জোপা বৃক্ষ বিদ্যালয় প্ৰাঙ্গণত ৰোপণ কৰা হ'ব বুলি পি এম শ্ৰী ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ছেছানুজ সৰকাৰে জানিবলৈ দিয়ে ।

ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত মাতৃৰ নামত বৃক্ষৰোপণ কাৰ্যসূচী...
কাৰ্গিল বিজয় দিৱসৰ পিছদিনাই LOC ত সংঘৰ্ষঃ এজন জোৱান ছহিদ, মেজৰসহ ৫ জোৱান আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in