ডিজিটেল ডেস্ক: আইএমএফ (আন্তৰ্জাতিক মুদ্ৰা নিধি)ৰ মতে, ৰাষ্ট্ৰীয়কৰণ হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা চৰকাৰে ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰি সেইবোৰ ৰাজহুৱা মালিকীস্বত্বৰ অধীনলৈ আনে। ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰত চৰকাৰে ১৪ টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰে। ভাৰতৰ অধিকাংশ ৰাষ্ট্ৰীয়কৃত বেংকক 'ৰাজহুৱা খণ্ডৰ বেংক' বুলিও কোৱা হয়।
ভাৰতৰ ১৯টা ৰাষ্ট্ৰীয়কৃত বেংক আছে।তলত এই বেংকৰ তালিকাখন উল্লেখ কৰা হৈছে।
বেংকৰ নাম ৰাষ্ট্ৰীয়কৰণৰ বছৰ
অন্ধ্ৰ বেংক ১৯৮০
এলাহাবাদ বেংক ১৯৬৯
বেংক অফ বৰোডা ১৯৬৯
বেংক অফ ইণ্ডিয়া ১৯৬৯
বেংক অফ মহাৰাষ্ট্ৰ ১৯৬৯
কানাড়া বেংক ১৯৬৯
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ১৯৬৯
ডেনা বেংক ১৯৬৯
ক’ৰপৰেশ্যন বেংক ১৯৮০
ইণ্ডিয়ান বেংক ১৯৬৯
ইণ্ডিয়ান অ’ভাৰচিজ বেংক ১৯৬৯
অ’ৰিয়েণ্টেল বেংক কমাৰ্চ ১৯৮০
পঞ্জাৱ এণ্ড চিণ্ড বেংক ১৯৬৯
পঞ্জাৱ নেশ্যনেল বেংক ১৯৬৯
ছিণ্ডিকেট বেংক ১৯৬৯
ইউকো বেংক ১৯৬৯
ইউনাইটেড বেংক অফ ইণ্ডিয়া ১৯৬৯
ইউনিয়ন বেংক অফ ইণ্ডিয়া ১৯৬৯
বিজয়া বেংক ১৯৬৯
Also Read: Param Vir Chakra Winners List: পৰম বীৰ চক্ৰ বিজয়ী বীৰসকল