গীতা নপঢ়ুৱাৰ বাবেই মেধাৱী ছাত্ৰই খাই গৰুৰ মাংসঃ কেন্দ্ৰীয় মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আকৌ চৰ্চাত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং।
  • দেশৰ বিদ্যালয়সমূহ গীতা পঢ়ৱাৰ আহ্বান।
  • মন্ত্ৰীগৰাকীৰ মন্তব্য, আমি লৰা-ছোৱালীক মিছনাৰী বিদ্যালয়লৈ পঠাও।
  • আইআইটি পঢ়ি তেওঁলোক ইঞ্জিনিয়াৰ হয়।
  • তাৰ পিছত গুচি যায় দেশৰ বাহিৰলৈ।
  • বেছিভাগে খাবলৈ আৰম্ভ কৰে গৰুৰ মাংস।
  • কিয়নো আমি তেওঁলোকক আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ মূল্যবোধৰ বিষয়ে শিক্ষা নিদিও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in