গৰৈমাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ এজন

গৰৈমাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ এজন
Published on
Updated on
  • দক্ষিণ কামৰূপৰ গৰৈমাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত গ্রেপ্তাৰ এটা তীৰৰ বুকি।
  • গ্রেপ্তাৰ কাণহাৰা গাঁৱৰ আছাদ আলী।
  • আছাদ আলীৰ পৰা জব্দ তীৰখেলত ব্যৱহৃত সামগ্রী।
  • গৰৈমাৰীৰ মহিমাৰীৰ পৰা আটক দুটা মোবাইল চোৰকো।
  • ধৃত চোৰ দুটা মহিদুল ইছলাম আৰু বাহাৰুল ইছলাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in