/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
যোৰাবাটত ৩০ টা চোৰাং গৰুসহ বাহন জব্দঃ ২ জনক আটক...
যোৰাবাট আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান।
অভিযানত চোৰাং গৰুসহ আটক সৰবৰাহকাৰীক।
এখন ট্রাকৰ পৰা উদ্ধাৰ ৩০টাকৈ চোৰাং গৰু।
আটক সৰবৰাহকাৰী ছাদ্দাম হুছেইন আৰু আছিক আহমেদ।
যোৰহাটৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰিছিল গৰুকেইটা।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: কাছাৰত গ্রেপ্তাৰ মণিপুৰী উগ্রপন্থী সংগঠনৰ কেডাৰঃ অস্ত্ৰ উদ্ধাৰ...