মহানগৰীৰ সৰবৰাহী ব্যক্তি আবু আজাদ আফজল আলীৰ মৃত্যু

মহানগৰীৰ সৰবৰাহী ব্যক্তি আবু আজাদ আফজল আলীৰ মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ সৰবৰাহী ব্যক্তি আবু আজাদ আফজল আলী (ৰাজু) মৃত্যু। ৭২ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা আবু আজাদ আফজল আলীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মহানগৰীৰ ১নং লাখটকীয়াৰ নিৱাসী আছিল তেওঁ।

তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা নুৰুল হুছেইনে শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে শুকুৰবাৰৰ নিশা ৯.৩০ বজাত আঠগাঁও কবৰস্থানত তেওঁৰ জানাজাৰ ব্যৱস্থা কৰা হৈছে।

মহানগৰীৰ সৰবৰাহী ব্যক্তি আবু আজাদ আফজল আলীৰ মৃত্যু
মঙলদৈত খোৱাপানী আঁচনিৰ শুভ উদ্বোধন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in