ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত অঘটন। উৰণীয়া সেতু নিৰ্মাণত জড়িত শ্ৰমিকৰ দুৰ্ঘটনা।
মালিগাওঁ উৰণীয়া সেতু নিৰ্মাণৰ অৱস্থাত আজি সংঘটিত হৈছে এই অঘটন। জানিব পৰা মতে কৰ্মৰত অৱস্থাতে উৰণীয়া সেতুৰ ওপৰত পিছলি পৰি এজন শ্ৰমিক।
ফলত গুৰুতৰ ভাৱে আহত হৈছে শ্ৰমিকজন। আহত শ্ৰমিকজন বৰপেটাৰ অলিফ খান বুলি জানিব পৰা গৈছে। আহত অলিফ খানত মালিগাঁৱৰ স্বাগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ক্লিক কৰি পঢ়কঃ ঘাইপথ প্ৰাধিকৰণৰ থলুৱা বিৰোধী নীতিত হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপঃ মন্ত্ৰী পীযুষ হাজৰিকাক দায়িত্ব প্ৰদান...