আজি পুনৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'ব দুজনকৈ এপিএছ বিষয়া।
বিশেষ তদন্তকাৰী গোটে দুয়োকে চলাব জেৰা।
বিষয়া দুগৰাকী ক্ৰমে এ পি এছ কুলপ্ৰদীপ ভট্টাচাৰ্য আৰু বিচিত্ৰ গোপাল নাথ।
দুয়োৰে বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ।
ৰাকেশ পালৰ কাৰ্যকালত এই দুয়ো বিষয়াই পাইছিল চাকৰি।
এ পি এছ চি কেলেংকাৰীৰ ৩৪ জনীয়া তালিকাতো আছে এই দুই বিষয়াৰ নাই।