-
এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ এছ আ টিৰ জাননী।
-
এ পি এছ নিতুমণি দাস আৰু ঋতুৰাজ দলেলৈ এছ আই টিৰ জাননী।
-
বৃহস্পতিবাৰে দুয়ো এ পি এছ বিষয়া হাজিৰ হ'ব লাগিব এছ আই টিৰ সন্মুখত।
-
চি আই ডি কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে কৰিব সোধপোছ।
-
দুয়োগৰাকীৰ বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ।
Also Read: বিধায়ক পদ্ম হাজৰিকাৰ দিকৰাইত বিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু বিনামূলীয়া চাইকেল বিতৰণ...