ডিজিটেল ডেস্কঃ APSCৰ গোচৰত অভিযুক্ত এ চি এচ বিষয়া ৰাকেশ দাসক বুধবাৰে গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ ছয়মাইলৰ বনফুল নগৰৰ পৰা SITয়ে গ্রেপ্তাৰ কৰে পলাতক বিষয়াগৰাকীক।
জানিব পৰামতে, গ্ৰেপ্তাৰৰ ভয়ত ছয়মাইলৰ এটা ঘৰত বাহিৰৰ পৰা তলা বন্ধ কৰি সোমাই আছিল এ চি এচ ৰাকেশ দাস। উল্লেখ্য যে, সহকাৰী নিয়োগ বিষয়াৰূপে কৰ্মৰত আছিল গ্ৰেপ্তাৰিত ৰাকেশ দাস।
Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...