গড়চুক আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ গেং

গড়চুক আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ গেং
Published on
Updated on
  • মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰীৰ গেং।

  • দুই যুৱক আৰু দুগৰাকী মহিলাক গ্রেপ্তাৰ আৰক্ষীৰ।

  • বেতকুছিৰ পৰা গ্রেপ্তাৰ সীমান্ত কলিতা নামৰ সৰবৰাহকাৰীটোক।

  • হাজোৰ দলৈতলাৰ পৰা গ্রেপ্তাৰ দুই মহিলাসহ আন এটা সৰবৰাহকাৰীক।

  • ধৃত তিনিওগৰাকীৰ নাম ৰুনু বেগম, হামিদা বিবি, জুলফিকাৰ আলী।

  • জব্দ ১৮৫টা ড্রাগছভৰ্তি কণ্টেইনাৰ, গাঞ্জাভৰ্তি মোনা।

  • জব্দ কফ চিৰাপৰ বটল, ২৬টাকৈ মোবাইল ফোন।

  • লগতে জব্দ নগদ ধন ১,৩৮,৫৪০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in