অশ্লীল ভিডিঅ’ প্রস্তুত কৰি যুৱতীক ব্লেকমেইলিং ! আৰক্ষীৰ জালত প্রৱঞ্চক

অশ্লীল ভিডিঅ’ প্রস্তুত কৰি যুৱতীক ব্লেকমেইলিং ! আৰক্ষীৰ জালত প্রৱঞ্চক
EI MUHURTAR KHABAR
Published on
Updated on
  • দিছপুৰ আৰক্ষীৰ জালত এটা প্রৱঞ্চক।

  • ধৃত প্রৱঞ্চকটো বৰপেটাৰ ছাহিদ আলী।

  • দীৰ্ঘদিন ধৰি এগৰাকী যুৱতীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন।

  • অবিবাহিত বুলি পৰিচয় দি প্রেমৰ সম্পৰ্ক গঢ়িছিল ডিব্রুগড়ৰ যুৱতীৰে।

  • যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইল কৰাৰো অভিযোগ।

  • সনাতনী ভূমিপুত্র মঞ্চ অসম নামৰ এটা সংগঠনৰ সহযোগত আটক আৰক্ষীৰ।

  • ছুপাৰ মাৰ্কেটৰ পৰা আটক যুৱকজনক।

  • বিবাহিত ছাহিদ আলী দুটি সন্তানৰ পিতৃ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in