মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল।
এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত আটক কৰা হয় প্ৰৱঞ্চকৰ দলটো।
বশিষ্ঠৰ গ্ৰীণউড হোটেলৰ পৰা আটক কৰা হৈছে ১৯ জনীয়া প্ৰৱঞ্চকৰ দলটো।
আটকাধীন প্ৰৱঞ্চকৰ দলটোৰ প্ৰায়সংখ্যকে দিল্লীৰ বুলি জানিব পৰা গৈছে।
মহানগৰীত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ উদ্দেশ্যেৰেই হোটেলখনত বাহৰ পাতি আছিল প্ৰৱঞ্চকৰ দলটো।