New Update
-
মহানগৰীৰ চানমাৰীত ভয়াৱহ দুৰ্ঘটনা
-
অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সমীপত ৰেলৰ খুন্দাত আহত এজন
-
গুৰুতৰভাৱে আহত লোকজন শিবু বুলি চিনাক্ত
-
পল্টন বজাৰ অভিমুখী ৰেলে মহতিয়াই নিয়ে লোকজনক
-
এই পৰ্যন্ত উপস্থিত হোৱা নাই এম্বুলেন্স সেৱা