মহানগৰীৰ আৰ্যনগৰত চিলিণ্ডাৰ বিস্ফোৰণ

মহানগৰীৰ আৰ্যনগৰত চিলিণ্ডাৰ বিস্ফোৰণ
Published on
Updated on
  • মহানগৰীৰ আৰ্যনগৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা।

  • ইয়াৰ ফলত আৰ্যনগৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

  • জানিব পৰা মতে ৪টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়।

  • ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।

  • বাসগৃহকে ধৰি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত।

  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ লোক।

মহানগৰীৰ আৰ্যনগৰত চিলিণ্ডাৰ বিস্ফোৰণ
সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ সভাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in