আৰক্ষী সঞ্চালক প্ৰধানৰৰ গুৰুত্বপূৰ্ণ মন্তব্য : প্ৰত্যাহাৰ হ'ব এ এফ এচ পি এ

আৰক্ষী সঞ্চালক প্ৰধানৰৰ গুৰুত্বপূৰ্ণ মন্তব্য : প্ৰত্যাহাৰ হ'ব এ এফ এচ পি এ

author-image
Asomiya Pratidin
New Update
আৰক্ষী সঞ্চালক প্ৰধানৰৰ গুৰুত্বপূৰ্ণ মন্তব্য : প্ৰত্যাহাৰ হ'ব এ এফ এচ পি এ

  • অসম আৰক্ষী দিৱসৰ কাৰ্যসূচীত আৰক্ষী সঞ্চালক প্ৰধানৰৰ গুৰুত্বপূৰ্ণ মন্তব্য।

  • দেওবাৰৰ পৰা প্রায় সকলো জিলাৰ পৰাই প্রত্যাহাৰ হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ( এ এফ এচ পি এ)।

  • কেৱল ৪খন জিলাতহে বাহাল থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন।

  • ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰত আৰু গেলেকীত বাহাল থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন।

Also Read: মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

assampolice