আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...

আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...
আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...
Published on
Updated on
  • অৱশেষত গ্ৰেপ্তাৰ কৰিলে দ্বীবন ডেকাক।

  • চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক।

  • ইফালে সোধ-পোছৰ অন্তত অন্তত যাবলৈ দিয়ে সদ্য অপসাৰিত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক।

  • ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডেকাৰ।

  • শুকুৰবাৰে পুৱা জেৰাৰ বাবে মাতিছিল আৰক্ষীয়ে।

  • দিনটোৰ সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দ্বীবন ডেকাক।

  • ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰিছিল তেওঁ।

  • দ্বীবনৰ বিৰুদ্ধে আন এজন অভিযুক্ত অভিমন্যু দাসেও তুলিছিল গুৰুতৰ অভিযোগ।

  • এছ আই কেলেংকাৰীৰে জড়িত হৈ কাৰাগাৰলৈ যোৱা দ্বীবন ডেকা কিছু দিনপ পূৰ্বে আহিছিল মুকলি আকাশৰ তললৈ।

আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...
দেৱেন দত্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in