গ্ৰীণ উদ ৰিজ'ৰ্টৰ কাষত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ ধৃত তিনিজন...

ৰে'ল বিভাগৰ বাহনলৈ ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল তিনি যুৱক
গ্ৰীণ উদ ৰিজ'ৰ্টৰ কাষত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ ধৃত তিনিজন...
গ্ৰীণ উদ ৰিজ'ৰ্টৰ কাষত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ ধৃত তিনিজন...
Published on
Updated on
  • মহানগৰীৰ খানাপাৰাত ড্ৰাগছৰ ৰমৰমীয়া বেহা।

  • বিলাসী গ্রীণ উদ ৰিজ'ৰ্টৰ সমীপত ড্রাগছৰ বেহা একাংশৰ।

  • ড্রাগছ ক্রয় কৰিবলৈ আহি আটক হ’ল তিনি যুৱক।

  • ভাৰত চৰকাৰৰ ৰে’ল বিভাগৰ নাম লিখা বাহন লৈ আনিছিল যুৱককেইজনে।

  • ৰাইজে কৰায়ত্ত কৰি তিনিওকে চমজাই দিয়ে দিছপুৰ আৰক্ষীক।

  • ধৃত শিৱম ৰয়, ৰাহুল ৰয় আৰু অশোক ৰয়।

  • জব্দকৃত বাহনখনৰ নম্বৰ AS 01 FJ 5070

গ্ৰীণ উদ ৰিজ'ৰ্টৰ কাষত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ ধৃত তিনিজন...
বিলাসীপাৰাত শিক্ষক দিৱসৰ দিনাই সংঘটিত চৰম লজ্জাজনক ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in