বিশিষ্ট লেখক, লোক সংস্কৃতিৰ সাধক গণেশ পেগু আৰু নাই...

বিশিষ্ট লেখক, লোক সংস্কৃতিৰ সাধক গণেশ পেগু আৰু নাই...
বিশিষ্ট লেখক, লোক সংস্কৃতিৰ সাধক গণেশ পেগু আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰথিতযশা লেখক তথা বিশিষ্ট লোক সংস্কৃতিৰ সাধক ড০ গণেশ পেগু আৰু নাই। আজি পুৱা গুৱাহাটীস্থিত বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত গণেশ পেগু আছিল সদৌ অসম নবীন নেখক-লেখিকা আৰু শিল্পী সমিতিৰ প্ৰাক্তন সভাপতি। অসমৰ ভাষা, সাহিত্য আৰু সমাজ জীৱনলৈ তেওঁ আগবঢ়ায় থৈ গ'ল বহু অৱদান।

মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত শিক্ষাবিদ, কবি, লেখক পত্নী ড০ মঞ্জু দেৱী পেগু, কন্যা পঙ্খী পেগুৰ সৈতে পৰিয়াল, আৰু গুণমুগ্ধক এৰি থৈ গৈছে।

বিশিষ্ট লেখক, লোক সংস্কৃতিৰ সাধক গণেশ পেগু আৰু নাই...
মাটি মাহৰ বীজ যোগানত কেলেংকাৰীঃ কাৰ স্বাৰ্থত পলমকৈ হ'ল টেণ্ডাৰ? কৃষকক দিলে অনুমোদনহীন বীজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in