ভাল খবৰ : ইংৰাজীৰ উপৰি প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত অনুষ্ঠিত হ'ব এ পি এছ চি পৰীক্ষা...

ভাল খবৰ : ইংৰাজীৰ উপৰি প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত অনুষ্ঠিত হ'ব এ পি এছ চি পৰীক্ষা...
Published on
Updated on
  • শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষা।

  • পোন প্ৰথমবাৰৰ বাবে এইবাৰ অসমীয়া ভাষাত অনুষ্ঠিত হ’ব পৰীক্ষা।

  • প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব।

  • সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  • এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

  • পৰীক্ষাৰ্থীসকলৰ প্ৰতিও শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in