৩ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰা নাহৰফুুটুকীক ট্ৰেংকুলাইজ...

৩ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰা নাহৰফুুটুকীক ট্ৰেংকুলাইজ...
৩ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰা নাহৰফুুটুকীক ট্ৰেংকুলাইজ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত ট্ৰেংকুলাইজ কৰা হ'ল গুৱাহাটীৰ মাজমজিয়াত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীটোক। উল্লেখ্যে মঙ্গলবাৰে মহানগৰীৰ ফতাশিল আমবাৰীত আতংকৰ সৃষ্টি কৰিছিল এটা নাহৰফুটুকীয়ে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা যোৱা এটা দলে ৪ ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এই নাহৰফুটুকীটোৱে এজন শ্ৰমিকৰ লগতে দুজনকৈ বন কৰ্মীক আক্ৰমণ কৰিছে।

এই আক্ৰমণত তিনিওজন আহত হৈছে। ইফালে ট্ৰেংকুলাইজ কৰা বাঘটোক চিৰিয়ানাখানালৈ লৈ যোৱা হৈছে।

৩ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰা নাহৰফুুটুকীক ট্ৰেংকুলাইজ...
দেওৰেক আৰু বৌয়েকৰ পৰকীয়া প্ৰেমৰ ভয়াবহ পৰিণতিঃ ৰাসৰ মাজতে শংচূড়ৰ ভাওক কেন্দ্ৰ কৰি পিতা-পুত্ৰক নৃশংস হত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in