ৰুক্মিণীগাঁৱত চাৰিচকীয়াই চোচৰাই নিলে স্কুটী আৰেহীক

ৰুক্মিণীগাঁৱত চাৰিচকীয়াই চোচৰাই নিলে স্কুটী আৰেহীক
Published on
Updated on

গুৱাহাটীত hit and run ৰ ঘটনা

ৰুক্মিণীগাঁও ট্ৰেফিক পইণ্টৰ ওচৰত এই ঘটনা

এখন চাৰিচকীয়া বাহনে স্কুটী আৰোহীক খুন্দিয়াই বহুদূৰলৈ চোচৰাই নিয়াৰ অভিযোগ

AS DN 09 Q 4808 নম্বৰৰ চাৰিচকীয়া বাহনখন চলাই আহিছিল এগৰাকী মহিলাই

স্কুটী আৰোহীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰা মহিলাগৰাকীৰ গাড়ীৰ ক্ষতিসাধন কৰে ৰাইজে

সম্প্ৰতি দিছ্পুৰ থানাত আছে মহিলাগৰাকী।

ৰুক্মিণীগাঁৱত চাৰিচকীয়াই চোচৰাই নিলে স্কুটী আৰেহীক
বদলিৰ নিৰ্দেশৰ প্ৰতি গুৰুত্ব নিদিয়া খাদ্য অসামৰিক, যোগান বিভাগৰ ৮০% যোগান পৰিদৰ্শকৰ প্ৰতি কঠোৰ হ'ব মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in