ৰাজ্যিক বিজেপিত দলীয় অন্তঃ কন্দলে লৈছে ভয়ংকৰ ৰূপ

ফাইল ফটো
ফাইল ফটো
Published on
Updated on
  • ৰাজ্যিক বিজেপিত দলীয় অন্তঃ কন্দলে লৈছে ভয়ংকৰ ৰূপ।

  • কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতাই দল এৰা সিদ্ধান্ত লোৱাত উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

  • দলৰ সংঘাত সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু ভৱেশ কলিতাৰ বৈঠক।

  • ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব।

  • মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত বৈঠকৰ আয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in