গ্ৰন্থ জালিয়াতিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান

গ্ৰন্থ জালিয়তিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি আৰ টি-আৰক্ষীৰ অভিযান

author-image
Asomiya Pratidin
New Update
গ্ৰন্থ জালিয়াতিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান

গ্ৰন্থ জালিয়াতিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান

  • পাণবজাৰৰ গ্ৰন্থ বিপণীত আৰক্ষীৰ অভিযান।

  • ৩ খন বিপণীত আৰক্ষীৰ এই অভিযান।

  • এন চি ই আৰ টিআৰু অসম আৰক্ষীৰ যৌথ অভিযানত জব্দ নকল গ্ৰন্থ।

  • শুকুৰবাৰে দুঘণ্টা ধৰি আৰক্ষীয়ে চলাই অভিযান।

  • কিতাপ জালিয়তিৰ অভিযোগত বিপণী কেইখনত এই অভিযান।

  • উক্ত ঘটনা সন্দৰ্ভত ৬গৰাকী গ্ৰন্থ বিক্ৰেতাক সোধা-পোচাৰ বাবে আটক কৰিছে।

  • বিনিময়,নভেল্টি,কিতাপ ভৱন নামৰ গ্ৰন্থ প্ৰতিষ্ঠানৰ পৰা বৃহৎ সংখ্যক গ্ৰন্থ জব্দ।

  • শুকুৰবাৰে বিয়লি ৫-০০বজালৈকে অৱ্যাহত আছে আৰক্ষীৰ এই অভিযান।

  • অভিযোগ মতে এন চি ই আৰ টিৰ নাম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা পাঠ্যপুথি বিক্ৰীৰ জালিয়াতিৰ লগত অভিযুক্ত আছিল চক্ৰটো।

Also Read: মেঘালয়ত নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

Assam police book ncrt