বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক

বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক

Published on
  • আজি বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক।

  • হোটেল লিলিত দুপৰীয়া অনুষ্ঠিত হ’ব এই বৈঠক।

  • ১২টা বিৰোধী দলৰ প্রতিনিধিয়ে অংশ ল’ব বৈঠকত।

  • বিজেপিক পৰাভূত কৰিবলৈ এই বৈঠকতে তৈয়াৰ হ’ব ৰণকৌশল।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in