প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনশ্বিট প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালৰ...

প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনশ্বিট প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author-image
Asomiya Pratidin
New Update
প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনশ্বিট প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালৰ...

ডিজিটেল ডেস্ক : সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান। প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক ক্লীনশ্বিট প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গুপ্তহত্যাৰ গোচৰত এই ক্লীনশ্বিট দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

আনহাতে পূৰ্বে দিয়া ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। পূৰ্বে গঠন কৰা আয়োগক অসাংবিধানিক আখ্যা দিছিল উচ্চ ন্যায়ালয়ে। ৰায়ৰ বিৰুদ্ধে আবেদন কৰিছিল অজিত ভূঞা আৰু অনন্ত কলিতাই।

প্রত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰি পূৰ্বৰ ৰায় বাহাল কৰিলে উচ্চ ন্যায়ালয়ে। উল্লেখ্য মুখ্য ন্যায়াধীশৰে গঠিত বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়।

Also Read: নলবাৰীত ১৬৮টা সংগঠনে সম্বৰ্ধনাৰে শলাগিলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাৰ কৰ্মক...

guwahati high court prafulla mahanta