কৰুণঃ একেলগে প্ৰাণ হেৰুৱালে ভিনিহিয়েক-খুলশালীয়েকে...

পথ দুৰ্ঘটনা
পথ দুৰ্ঘটনা
Published on
Updated on

ডিজিটেল ডেস্কঃ নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক। আনহাতে গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক।

জানিব পৰা মতে নিশা মহানগৰীৰ বি বৰুৱা কলেজৰ সন্মুখত দুখন বাইকৰ মুখামুখী সংঘৰ্ষ হয়। ফলত এই ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত নিহত লোক দুজনৰ নাম ৰাকেশ দাস আৰু পৰমেশ্বৰ ডেকা। দুয়ো সম্পৰ্কত ভিনিহিয়েক আৰু খুলশালীয়েক। আনহাতে আহত দুয়োজন লোকক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে।

পথ দুৰ্ঘটনা
মানসে লোৱা পিষ্টল, চৰকাৰী বাহন বিচাৰি অভিযানঃ পোহৰলৈ আহিল প্ৰৱঞ্চনাৰ আন এক ক'লা অধ্যায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in