হেঙেৰাবাৰীত চাঞ্চল্যকৰ ঘটনা : পত্নী-সন্তানক শয়ন কক্ষত তলা মাৰি ৰান্ধনিশালত আত্মহত্যা স্বামীৰ

হেঙেৰাবাৰীত চাঞ্চল্যকৰ ঘটনা : পত্নী-সন্তানক শয়ন কক্ষত তলা মাৰি ৰান্ধনিশালত আত্মহত্যা স্বামীৰ
Published on
Updated on

ডিজিটেল ডেস্ক : মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পত্নী আৰু দুটি কণমানি সন্তানক শয়ন কক্ষৰ দৰ্জাত তলা লগাই বন্দী কৰি ৰান্ধনিশালত চিপজৰী লৈ আত্মহত্যা স্বামীৰ ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে স্থান মহানগৰীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰত। আত্মহনৰ পথ বাচি লোৱা লোকজনৰ নাম কমল ৰাজবংশী । মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স হৈছিল প্ৰায় ৩৭ বছৰ ।

পেছাত কাঠমিস্ত্ৰী ৰাজংশীয়ে কি কাৰণে এই পথ বাচি ল'লে সেই সন্দৰ্ভত বৰ্তমানে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হেঙেৰাবাৰীত চাঞ্চল্যকৰ ঘটনা : পত্নী-সন্তানক শয়ন কক্ষত তলা মাৰি ৰান্ধনিশালত আত্মহত্যা স্বামীৰ
কাজিৰঙাৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ হ’ব হেলিপেড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in