মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !
মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীত এগৰাকী কিশোৰীৰৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। মহানগৰীৰ ৰামকৃষ্ণ মিছন ৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ।

মৃত্যুক সাৱটি লোৱা কিশোৰীগৰাকীৰ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল। সন্মুখত আছিল মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ পূৰ্বেই সংঘটিত হোৱা এই ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে।

ইফালে পৰিয়ালে লোকে কিশোৰীগৰাকীৰ মৃতদেহ আৰক্ষীক খবৰ নিদিয়াকৈয়ে জি এম চি এইছলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। জি এম চি এইছত চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞই যুটীয়া ভাৱে আৰম্ভ কৰিছে এই তদন্ত।

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !
৮ আৰু ১০ এপ্ৰিলত বৰ্ষাপাৰাত আই পি এলৰ দুখন মেচ ! আনুষ্ঠানিক ঘোষণাহে বাকী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in